পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
পদ্মপুৰাণ

পদ্ম পুৰাণৰ স্বৰ্গ খণ্ড ৰহস্যৰ।
বিৰচিল সাৰ্ব্বভৌম পতি বিপ্ৰবৰ॥
যদি বঢ়া টুটা হোৱে বুদ্ধিৰ দোষত।
ক্ষমি ৰাম ৰাম বোলা সন্তৰ লগত॥ ২৪৩



সমাপ্ত