পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদুম কুঁৱৰী। এনে হােৱাৰ কাৰণ সুধিলত সূই কলে মাজে মাজে তেওঁৰ এনে- করা হয়। মূল অইদেৱে সহি লাহে সূৰ্য্যক ধৰি ঘৰকৈ অনিলে। যাধ্যায়। ৰােগ নির্ণয় And gather • ২০০ sand IF't be the afflictl01 gf his love 07 n০ That thds a sqffer for - Han7 Jet. সূৰ্য্যকুমাৰ কি ৰোগত ভুগি ছিল, এই ঘটনাৰ পৰা তাৰ অলপ আভাষ ফুলে বুজিব পাৰিলে। ফুল স্বভাৱতে বৰ বুদ্ধিমতী চোকা ছােৱালী, এটা কথা জানিবলৈ যৎকিঞ্চিৎ অভাষেই ত ওঁৰ পক্ষে বহুত। বিশেষতঃ সূর্যকুমাৰৰ মনৰ ভাব, শৱীৰ গতি আদিতে তেওঁৰ মল সম্পূর্ণ নিবিষ্ট আছিল; সূৰ্যকুমাৰেই তেওঁৰ চিন্তা, অালোচনা জৰু অধ্যয়নৰ বস্তু হৈছিল ; গতিকেই এই ঘটনাই যে তেওঁৰু চকুত চাকিৰ পোহৰ পেলাই দিব, সি একে আচৰিত কথা নহয় । কি বা সেই কপে ৱনীৰ বিৰহৰ কথা তেওঁৰ অ গত উল্লেখ কলিতে তেওঁ ভয়ানক মানসিক অাবে উপস্থিত হল, এই প্রশ্ন উও ফুলে সহজে পালে । স্কুলে তৎক্ষণাত এই সিদ্ধান্ত কৰিলে যে সূর্যকুমাৰো এলে বিচ্ছেদ বেদনাত ব্যথিত, নহলে বিচ্ছেদৰ বুE {1 শুনি তেওঁ কিয় এনে সম্মুহিত ই ? হায় ! সূৰ্যৰে। তেনে কোনােবা লৰীয়া আছিল যাক হেৰুৱাই