পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদুম কুঁৱৰী বৰফুকন ।- “কোচবেহাৰৰ কোৱৰ হৰদত্তৰ জীয়েকক বিত্র। কৰাবলৈ অহা, কথা সঁচা লে? কি জানি তেওঁ আন কিবা কথাতহে আহিছ ? কি জানি তেওঁ কে চৰেহৰিৰ ৰাজকোৱৰ হয়েই ? তহঁতে তেওঁক দেখিছিলি ? তেওঁক চিনি পাস্ত্র ? কেৰ পাই।- “হয় ভাগ ৰীয়া দেউতা কিক চিন্তি তেওঁ বির। কৰাবলৈ অহা হয় ; আমি তেওঁক ভালকৈ চিন্তি পও অ| কু কি ক চিস্তি আন মাই কৈছে । আমি সপে এই কথা কলে? | এসে সমুন্নত দুৱৰা অহ বৰ ফুকনক জান দিলেহি যে এটি দেখিবলৈ সুনদৰ মোহ না দুপ। ডে কালৰ আহি দুৱাৰ মুখতে অsহি। ভাদৰীয়া এ দুতাৰে ৰুে খা কৰে । এই দু। শুনি বৰফুকনে তেওঁক দুৱাৰ এৰি দিবলৈ দুৱৰীক অজ্ঞ। কৰিলে। প্রবণ দুর্দশ-বতাহৰ কেৰিত গা-গছৰ পৰা চগি পৰি সূৰ্য- কুমাৰ নিপার নিঃসহায় :ৈ কলৈ যাব ক্ৰি কৰিব ‘ঘস্থিৰ হৈ পৰিল । সি হৰদত্তৰ ঘৰৰ ৰিবেৰৰ ভিতৰৰ পৰা, বাহিৰলৈ ওলোৱা নাছিল, হৰদত্ত অঝি ভেওঁৰ মৰনির সহধথুিনীৰ মৰম আৰু আদৰৰ বাহিৰে যিসংসাৰৰ আন একে নেজানিছিল, পদুমৰ প্ৰেম-সৰােবৰত মহ। মুখে চৰি যি ইমান ডাঙৰ দীঘল হৈছিল, এমে সূৰ্য্যকুমাৰ হঠাৎ সেই বিলাকৰ পৰা বঞ্চিভ হে বিবৃপ্তি হৈ পৰিল । হৱ ৰ অতি | আনৰ স্ৰ হৈ প্ৰা বাবে ব্যৱং অন লোকে বিনা কাৰণতে তেওঁক দেখিব নােৱাৰা আৰু তেওঁ এ সহিব নােৱাৰা হৈছিল। এই ৰংহে পাইছিল । এতিয়া তেওঁক পুতে৷ কৰা মানুহ নাইকিয়া হল । অনেক ভুবি চিন্তি শে | ক, আৰু বেজাৰত চৰ্জৰিত হৈ সূর্য- মাৰে অৱশেষত গুৱাহাটীৰ ল'ৰা বৰফুকনৰ এচৰত অশ্রণ