পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদুম কুঁৱৰী

থকা অসম্ভৱ কথা কতদিন কতবাৰ আপোনদেশী লোকৰ আহোমবিলাকৰ হাতত অপয়ান অমৰ্ষ্যাত দেখি তেওঁ চকৰ-লো টুকিছে। পৰাক্ৰমী ইংৰাজ সৈন্য আসামৰ পৰা উভতি গল৩ আকৌ হৰদত্ত অত্যাচাৰী আহোম ৰজাৰ বিপক্ষে সিংহবিক্ৰমে উঠিল। আকৌ তেওঁ বজ্ৰনিৰ্ঘোষ স্বৰে স্বদেশীয় সকলক আহোমৰ বিপক্ষে উত্তেজিত কৰিবলৈ ধৰিলে।

৪ে কাৰ্য তু সাহেব শৰীৰং বা পায়েং মহামন্ত্ৰেৰে

জাতিভাইসকলৰ হিয়া আহুতি দিব ধৰিলে। অ্যাকো তেওঁৰ শক্তি-সামৰ্থ, তেওঁৰ অদম্য উৎসাহেৰে যুদ্ধৰ আয়োজনত প্ৰয়োগ কৰিবলৈ ধৰিলে॥ মোৱামৰীয়া বিত্তোহ দমন হোৱাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়া- গোহাঁইদেৱে ভগ। শে ন-কৈ পাতিবলৈ লাগিল। তেওঁৰ গোটেই যত্ন উজনি খণ্ডতে ব্যয়িত হৈছিল। গুৱাহাটীৰ ফালে তেওঁ বিশেষ মন দিব নোৱাৰিছিল। বিশেষত গেন্ধে ৰাজখোৱা বৰফুকনে { কলীয়াভামোৰা ৰ ফুকন) নকৈ কামৰূপৰ শাসনকৰ্তা হৈ অহা বাবে তাৰ অৱস্থা ভালকৈ জানিব নোৱাৰিছিল। সেই দেখি কাম- ৰূপত নানা অন অত্যাচাৰাদি হৈছিল। হৰদত্তই কোচবিহাৰৰ হাজালৈ এখন চিঠি লেখিলে, ষে কামৰূপ, চিলাৰায় আৰু ৰঘুদে ৰজাৰ দিনৰে পৰা কোচবেহাৰৰ ৰজাসকলৰ সম্পত্তি; শ্যাম তালি দেশৰ মেচ আহোমবিলাকৰ গৰৰ পৰা কাম ৰূপ প্ৰক্ষা কৰি সুশাসন কৰাটো তেওঁবিলাকৰ নিতান্তু কৰ্তব্য। আৰু এই কাৰ্যত তেওঁ মহাৰাজক প্ৰাণপৰ্যাপ্ত দি সাহায্য কৰিালৈ সাজু আছে। সম্প্ৰতি এই কথাৰ স্থিৰতাৰ নিমিত্তে তেওঁ চুণ। আৰু জযোগ্য সুন্দৰী কন্য? পদুম কুৱঁৰীক মহাৰাজৰ কেঁৱৰক সমৰ্পণ কৰিছে। পত্ৰ-প্ৰাপ্ত মাকে বল কাঁৱৰ আহি পদুম কৰক শুভবিবাহ কৰি লৈ স্বয়।