(XVIII) মীয়া বুলি অসম, অসমীয়া, এনেকৈ মাতিব আৰু লিখিব লাগে। কিয়নো আগৰ কালত সিহঁত সেই দৰে হে ব্যৱহৃত হৈছিল। শৰ অন্তত বা মাজত এক য য়, (ইয়) উচ্চাৰিত হয়; যেনে, হয়, প্রয়ােজন। কিন্তু কোনো কোনাে শত সেই দুঠাইতাে সি নিজ উচ্চাৰণ নেৰে, আৰু যিবােৰ শত সি জ উচ্চাৰিত হয়, সেই বােৰৰ পাচত বেষ্টন- ৰেখাৰ মাজত জ দিয়া গৈছে; যেনে, নিযােগ (জো), বিষােগ, জো), নিযুক্ত (কু), কাষ, (জ), ইত্যাদি। অসমীয়া ভাষাত সাধাৰণ মতে দু আৰু দীর্ঘ বৰ উৰণৰ মাজত একো এভে নাই, দুয়াে কৈ উচ্চাৰিত হয়। কিন্তু কোনাে কোনাে অস- মীয়া শব্দৰ আদি স্বৰ দীর্ঘকৈ উচ্চাৰণ কৰা যায়। সেই উচ্চাৰণ বুজাবলৈ দীর্ঘ শ্বৰ ব্যৱহাৰ কৰা উচিত, আৰু কৰা হৈছে ; যেনে, খুলুয়া, কী কিয়া, বী-বিয়া, ইত্যাদি। এই বিলাক শব্দৰ উচ্চাৰণ কি-কিয়া, ঘুঘুয়া, বিবিয়া, এনে নহয় , সিহঁতৰ প্ৰথম স্বৰটে। দীঘলকৈ মাতিব লাগে। উচ্চাৰণৰ চিনবিলাক। একলৈ বা ব্যনেবে যুক্ত হৈ থকা যি " ওপৰত (৩) এই চিন আছে, আৰু অলপ দীঘলকৈ, অর্থাৎ অভিধান"শৰৰ “অ” দৰে মাতিব লাগে; যেনে, অতি, অৰি, মতি, মহ., ইত্যাদি। সেই চিন নথকা অ চুটি, অর্থাৎ একাৰ শৰৰ "ৰ নিচিনা; যেনে, অবাব, অক, মহ, ঘৰ, ইত্যাদি। এই চিন ওপৰত থকা দা বা ব্যানেৰে যুক্ত এ দীঘলকৈ, অর্থাৎ এতিয়া” শৰ এৰ দৰে মতা যায় ; যেনে, এই, এইয়া, সেই, শেলুক, ইত্যাদি। সেই চিন নথকা এ চুটি, অর্থাৎ বেশৰ “এ” । তুল্য; যেনে, এক, এৰা, বে, বেলেগ, ইত্যাদি। মনত ৰাখিব লাগে যে শব্দবিলাকৰ উচ্চাৰণ শিকাৰৰ কাৰণ এই পুথিত ওপৰত দেখােৱ চিন ব্যৱহৃত হৈছে, বাক্য ৰচনাত তাৰ আৰু নাই। শৰ যি আখৰৰ ওপৰত ) এই চিন দিয়া গৈছে তাৰ পাচত এটা আখৰ - - - - (৩) -ফো।
পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই