এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পচতি

চৰণ কিঙ্কৰ। তাহাৰ নাম স্মৰণ মাত্রে চাণ্ডাল পর্য্যন্ত পৰম গতি পায়। পৰম ঈশ্বৰ ৰূপে, পিতৃ-মাতৃৰ আগত উপজি, জন্মৰ কথা কয়। মনুষ্যৰূপে গােকুলে পলাইল। সেহি শ্ৰীকৃষ্ণৰ জন্মযাত্রা পচতি কৰ্ম্ম সভা মধ্যে কহয় ; তাহাক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম॥

আজি গােকুলত আনন্দ মিলিল হৰি ৰাম এ।
গােকুল ঢাকি জোকাৰ পৰিল হৰি ৰাম এ ॥

দিহা

পূর্ণ অৱতাৰ হৰি পূৰ্ণ অৱতাৰ।
নজানিয়া লােকে বােলে নন্দেৰ
কুমাৰ ॥

জন্ম-যাত্রা পচতি সমাপ্ত॥