পৃষ্ঠা:নীতি-শিক্ষা.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ঘড়ী

পাঁচ মিনিটৰ ঠাইত দহ মিনিট্ নকৰিবা। তেহে শ্ৰম কৰিবলৈ চল পাবাঁ।

ঘড়ী

টিক্ টিক্ টিক্,  ক্ষণে কয় ঠিক্,
 সময় গইছে উৰি;
মিনিট্ বাগৰে,  ঘণ্টা পাৰ কৰে,
 দিন যায় নাহে ঘূৰি।