পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
মন্ত্ৰণানীতিবিচাৰঃ।


তথাচ কথ্যতে,-

বধোৰ্থহৰণঞ্চৈব পৰিশ্লেষস্তথৈবচ
ইতি দণ্ডবিধানজ্ঞৈৰ্দণ্ডোইপি ত্ৰিবিধ স্মৃতঃ। ১৮।৯

 বধস্তাডনাদি, অৰ্থহৰণং ধনগ্ৰহনং, পৰিশ্লেষঃ দেশদ্ ভ্ৰংশনং, পিয়বাক্যাদিভিঃ ক্ৰোধোপশমনং সাম। সতু পঞ্চবিধ উচ্যতে।

পৰস্পৰৰাপকাৰাণাং গণনং গুণকীৰ্তনং।
সম্বন্ধস্য তথাখ্যানম আয়তেঃ সংপ্ৰকাশনং। ১৮।৪

বাচাপেশলয়া সাধুতবাহমিতিচাৰ্পণম্।
ইতি সামবিধানজ্ঞৈঃ সাম পঞ্চবিধং স্মৃতম্॥ ১৮।৫

 যদি বলবন্ত শত্ৰুএ উদ্যম কৰি খেদি আসে দুতৰ দ্বাৰায় বোলাৰ আমাক পূৰ্বে বহুত উপকাৰ কৰিতেছি, আমিও আজ্ঞাৰূপ উপকাৰতে আছোঁ, এই কথনকে পৰস্পৰোপকাৰ কথন বোলে। গুণকীৰ্ত্তনমূৰ্চ্য়তেৰি-তাঞিৰ ধনুৰ টঙ্কাৰ শুনি মহাশত্ৰুসবো সচকিত হয়; আৰ গুণক মহাবীৰসকলে সন্তু সকলেও কৰ্ণভৰি শুনে; তাঞিৰ ক্ৰোধ আমাৰ ওপৰত কৰিতে যোগ্য নোহে, এই কথনকে গুণকীৰ্ত্তন বোলে। পৃৰ্বপুৰুষানুক্ৰমে তাঞিৰ আমাৰ কুটুম্বিতা অস্বলিত বৰ্দ্ধিত প্ৰীতিলতা ছেদিতে যোগ্য নহে, এই কথনকে সম্বন্ধাখ্যান বোলে।

 আমাৰ দেশৰ কৰভাৰাদি উত্তৰ ফলক সমৰ্পণ কৰিম এখন সন্তোষিত উচিত, এই কথনকে আয়তি সম্প্ৰকাশন বোলে।

 আমি তাঞিৰ ক্ৰোধৰ পাত্ৰ নোহো কিন্তু পাত্ৰমন্ত্ৰী সতি তাঞিৰেহি, এই কখনকে আত্মসমৰ্পণ বোলে। স্বধনাদেঃ পৰসম্বন্ধি প্ৰতিপাদনকে দান বোলে। কেষাঞ্চিন্মতে সপ্তোপায়াঃ-

সামো দানঞ্চ ভেদশ্চদণ্ডশ্চতি চতুষ্টয়ম্
মায়োপেক্ষেন্দ্ৰজালানি সপ্তোপায়াঃ প্ৰকীৰ্ত্তিতাঃ। ১৮।৩

 ৰাজ্ঞো ধৰ্ম্মাদ্য়ৈধৰ্ম্মকামাৰ্থয়ৈঃ অমাত্যাদেৰ্যৎ পৰীক্ষণং স্বভাৱতত্ব নিৰূপণং সোপধোচ্য়তে। সা উপধা চতুৰ্ধা ধৰ্মোপধা, কামোপধা, অৰ্থোপধা ভয়োপধা