পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয়ঃ পৰিচ্ছেদঃ।

প্ৰকৃতিনিৰ্ণয়ঃ।

 অথ মন্ত্ৰণাস্থানং নিৰূপ্য়তে,—

নিস্তম্ভে নিৰ্গবাক্ষেচ নিৰ্ভিদ্য়ে তমসাশ্ৰয়ে।
প্ৰাসাদোপৰ্য্য়ৰণ্যে বা মন্ত্ৰয়েত বিপশ্চিতা॥ কা—১২।৪৭

 অস্য়াৰ্থঃ— নিস্তম্ভে বায়োৰসঞ্চাৰে নিৰ্গবাক্ষে ইন্দ্ৰাক্ষিৰহিতকুভ্যাদৌ নিৰ্ভিদ্যে গোময়াদিনা লিপ্তকুভ্যাদৌ তমসাশ্ৰয়ে মহান্ধকাৰে প্ৰাসাদোপৰি গৃহোপৰি অৰুণ্যে মনুষ্যৰহিতে।

 হিতং কথ্যতে,—

মন্ত্ৰয়েতেহ কাৰ্য্যাণি নানাপ্তেন বিপশ্চিতা
আপ্তমূৰ্খমনাপ্তঞ্চ পণ্ডিতং পৰিবৰ্জয়েৎ। কা—১২।৪

 অস্য়াৰ্থঃ— মতিমন্ত পুৰুষে হিতকাৰী পুৰুষ মূৰ্খ হলেও মন্ত্ৰণাত গ্ৰহণ কৰিব। অহিত পুৰুষ পণ্ডিত হলেও এৰিব।

 মন্ত্ৰণায়াঃ গোপনমাহ,—

সংৰক্ষয়েন্মন্ত্ৰবীজং তদ্বীজং হি মহীভুজাং
তস্মিন্ ভিন্নে ধ্ৰুবো ভেদো গুপ্তেগুপ্তিৰনুত্তমা।

 অস্য়াৰ্থঃ— ৰাজাএ মন্ত্ৰণাবীজক সংবৃত কৰি ৰাখিব। যাতে ৰাজাৰ মন্ত্ৰণাহে বীজ-অঙ্কুৰ। সেই মন্ত্ৰণা অঙ্কুৰ ভিন্ন হলে ৰাজাও শত্ৰুৰ পৰা ভেদ হয়। ভালৰূপে ৰক্ষা কৰিলে ৰাজাৰো ৰক্ষা হৱে।

মন্ত্ৰো যোধইবাধীৰঃ সৰ্ব্বাঙ্গৈঃ সম্ভৃতৈৰপি
চিৰং ন সহতে স্থাতুং পৰেভ্যো ভেদশঙ্কয়া। মাঘ—২।২৯

 অস্য়াৰ্থঃ— চাৰিও অঙ্গেৰে যুক্ত হৈছোতেও যোদ্ধাৰু পুৰুষ চঞ্চল, মন্ত্ৰণাকো তেনেকৈ বুজিব। চিৰকাল নথৰ, চিৰকাল হলে শত্ৰুৰ পৰা

ভেদ হই।