পৃষ্ঠা:নীতিকথা.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিৰ চেনেহী মোৰ ভাষা জননী নলবাৰী জিলা সাহিত্য সভা ডাঃ বিপিন চন্দ্ৰ কলিতা সভাপতি নলবাৰী জিলা সাহিত্য সভা সুভদ্ৰা চৌধুৰী ভৱন লক্ষ্মীনাথ বেজবৰুৱা পথ, নলবাৰী শুভেচ্ছাবাণী ST দিনাংক : 2017/20১৯ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত খেল শৰ গাঁও নিবাসী বিশিষ্ট ওজাপালি শিল্পী শ্ৰীপ্ৰভাত হালৈ এগৰাকী লোক- সংস্কৃতিৰ farant। সংস্কৃতিৰ সাধনা কৰাৰ লগতে তেখেতে সাহিত্য চৰ্চাও অব্যাহত ব্যথিছে। শ্ৰীহালৈয়ে শেহতীয়াভাবে 'নীতিকথা' নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা বুলি জানিব পাৰি সুখী হৈছোঁ। তেখেতে ইতিমধ্যে ৰক্তাক্ত ইতিহাস, বিশ্বেশ্বৰ দেৱালয়ৰ আদিকথা, বিশ্বেশ্বৰ, মৰাপাত, সৰাপাহি, জীৱন যুদ্ধৰ সংবাদ, জ্ঞান মঞ্জুৰী, মা দূৰ্গা, আধাৰশিলা প্ৰমুখ্য কৰি নখন গ্ৰন্থ প্ৰণয়ন কৰিছে। শুকৰানী ওজাৰ ডাইনাপালি স্ত্ৰী প্ৰভাত হালৈয়ে সাহিত্য-সংস্কৃতিৰ মেবা কথাৰ উপৰিও বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ আছে। এইবোৰ্ডৰ সংস্কৃতিবান ব্যক্তি গৰাকীৰ সৃষ্টিৰে সাহিত্য- সংস্কৃতি জ্যোতিষ্মান হওঁক তাকেই কামনা কৰিनে। সভাপতি নলবাৰী জিলা সাহিত্য সভা