পৃষ্ঠা:নীতিকথা.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

0000000000XXXXXX00000000 নীতি কথা আপুনি? কোৱা বাবে মই কবলৈ বাধ্য হৈছো। প্ৰশ্ন : আপোনাৰ মাছ পালন কৰা পুখুৰী আছে? যদি আছে কিমান ডাঙৰ বন্ধু - আছে। প্ৰায় তিনিবিঘা মান মাটিৰ পুখুৰী এটা আছে। প্ৰশ্ন : নিশ্চয় ডাঙৰ মাছো আছে? বন্ধু - আছে। যোৱা বাৰ মাঘ বিহুৰ উৰুকাৰ দিনাখন ৭/৮ কিলো ওজনৰ চিতল, ৫ টা ভকুৱা, ১১ কিলো ওজনৰ আঠটা হব। মই বুজিছো। আপোনাৰ পুখুৰীত ডাঙৰ মাছ এতিয়াও আছে? হয়। এতিয়া আৰু আলহী দুলহী আহিলে আগৰ দৰে বজাৰলৈ দৌৰিব নালাগে। জাল ঘৰতেই আছে। এচাব মাৰিলেই হৈ যায়। বাকী মাছ বোৰ? বছৰত দুৰা বিভিন্ন কৰো। অৰ্থাৎ আপুনি জলচৰ জীৱৰ ব্যৱসায় কৰে। অলপ আগতে আপুনি কৈছিল আপোনাৰ ঘৰত জীৱ হত্যা কৰা মানুহ নাই। জালত পোৱা মাছবোৰ কি কৰে। মাছটো খাদ্য হিচাবে ব্যৱহাৰ কৰা এটা সৰু প্ৰাণী তাক মাৰিব পাৰি। অৰ্থাৎ মাছৰ জীৱটো সৰু আৰু মুখেৰে মাতিব নোৱাৰা প্ৰাণী। মাছৰো পুখুৰীটো খাণ্ডি মাছ পুহিছো যেতিয়া গাখীৰৰ দৰে মালিক আপুনি। আপুনি এষাৰ কথা জানেনে? অন্ধ্ৰপ্ৰদেশৰ মানুহৰ ঘৰে ঘৰে একাধিক মাছ পোহা পুখুৰী আছে। কিন্তু তেওঁলোকে মাছ নাখায়। অন্ধ্ৰপ্ৰদেশৰ মাছক আমি ছালানী মাছ বুলি কওঁ আৰু হেপাহ পুৰাই খাওঁ। সৌৱা ল'ৰাটোৱে আপোনাক কিবা কৈছে? অ সেইটো মোৰেই ল'ৰা। চাইকেলৰ হেণ্ডেলত b । মুৰ্গী পোৱালী। কি কৰ G 6 প ম 6 মা দি A G GA 3 5517 165 চা