পৃষ্ঠা:নীতিকথা.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা শষ দিছো। এনেয়ে জীৱৰ জন্ম দিলে নহব। আহাৰৰ অভাবত ইহঁতে • খাব? বন্ধু, ফল-মূল বোৰ খাব পাৰিব। ৰব, ফল, ফল কাৰ খাদ্য? বন্ধু, মানুহৰ? নহয়, ফলমূলবোৰ এক শ্ৰেণীৰ জীৱৰ আহাৰ। ফলভোজী জীৱ, যেনে - বান্দৰ, কেৰ্কেতুৱা, বিভিন্ন ধৰণৰ ফলভোজি চৰাই। ইহঁত জীয়াই থাকিবলৈ ফলমূলবোৰ সিহঁতৰ প্ৰয়োজন। সিহঁতৰ মুখৰ আহাৰ আমি কাঢ়ি খোৱাটো উটিত নহয়। বাৰু জীৱ শ্ৰেষ্ঠ, এই যিবোৰ সৰু সৰু প্ৰাণী, ইহতৰ মুখৰ পৰা যদি কল, আপেল, মধুৰী আম, জামু আদি ফলবোৰ আমি কাঢ়ি আনি খাওঁ, তেনেহ'লে সিহঁতে কি খাব এবাৰ ভাবি ছাইচেনে? এনেয়ে মুখত প্ৰাণীপ্ৰেমী ভাব দেখুৱাই প্ৰাণী হত্যাৰ পথহে আপোনালোকে গ্ৰহণ কৰিছে। ম‍ই আপোনাক এটা প্ৰশ্ন কৰো – আপুনি তৰ্কৰ অবতাৰণা নকৰিব। প্ৰশ্ন : আপুনি নিৰামিষ ভোজী নে? - বন্ধু - নহয়, মই নিৰামিষ ভোজী নহয়? মাজে সময়ে মাছ মাংস ব্যৱহাৰ কৰো। আগেয়ে কৈছো ঘৰত আমাৰ কোনো প্ৰাণী বধ কৰা নহয় বা নকৰো। ধন্যবাদ। আপোনাৰ আদৰ্শ অতি প্ৰশংসনীয়। মহাশয়, বজাৰৰ ৰা অনা মাছ মাংসবোৰ জীৱটো হত্যা নকৰাৰৈ মাছ বা মাংসৰ টুকুৰালৈ ৰূপান্তৰিত হৈছে নে? এইবোৰ বেমাৰ হৈ নিজে নিজে মৰামাছ বা মাস আপোনালোকে সুস্বাদু আহাৰ হিচাপে খাইছে। ৰব, বেয়া পাব নালাগে 9