পৃষ্ঠা:নীতিকথা.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীতি কথা কি ক'ব আহোমৰ ৰাজত্ব কালত বৰ ৰজা ফুলেশ্বৰী, এখন দুৰ্গাৰ প্ৰতিমা আনি বিশ্বেশ্বৰ দেৱালয়ত প্ৰতিস্থা কৰি বলি- বিধানেৰে দেবী দুৰ্গাৰ = 1

    • সোৰৰ্শ প্ৰথাৰে পূজা কৰিছিল। সেয়েহে তেতিয়াৰে পৰা পৰম্পৰা ৰক্ষা বা

কৰি বৰ্তমানো বলি বিধান সহকাৰে বিদ্ৰেশ্বৰ দেৱালয়ত পূজা চলিয়েই। এ আছে। পূজা কৰাত আক্ষেপ নাই, কিন্তু ইমানবোৰ জীৱৰ প্ৰাণ নাশ কৰাতো খা মইয়ো অন্তহ কৰনেৰে সমৰ্থন নকৰো। আমি জীৱৰ জন্ম দিব নোৱাৰো। সম যদি জন্ম দিব নোৱাৰো, তেনেহলে বধ কৰাৰ অধিকাৰ আমাক কোনে আ দিলে? প্ৰশ্ন আমাৰ গুৰুজনা শঙ্কৰ মাধবৰ এক দেৱ এক সেৱ ধৰ্ম। কলিত এই হৰি নামৰ বাহিৰে আনত মুক্তি নোপোৱা সময়ত ইমানবোৰ মানুহ জীৱ আঃ প্ৰতি ইমান নিষ্ঠুৰ, ইমান হিংসুক কেনেকৈ হব পাৰিলে কব নোৱাৰে মাছ দেই। অঃ ৰব অকলটো বিল্বেশ্বৰ দেৱালয়তেই নহয়, দুবিৰ পৰিহৰেশ্বৰ কৰ৷ কামাখ্যা, উগ্ৰতাৰা, বাঘেশ্বৰী, পীঠ সমূহৰ উপৰিও নলবাৰী জিলাৰ বাটসৰ মৰা টিহু হালধিবাৰী, চকচকা আদিত বলিৰ প্ৰভাব ইমান বেছি। ৰক্তৰ নদী হোৱাতো স্বাভাৱিক। বেয়া লাগে ইমানবোৰ জীৱ হত্যা। বাৰু আপুনি ৰচি আহিব নালাগে। হয়, ৰক্ত ৰক্ত পিছে এটা কথা বজাৰৰ মাজত শাৰ নেি শাৰী কটা পঠা ছাগলী, হাহঁ, মূৰ্গি, ডাঙৰ ডাঙৰ মাছ কাটোতে নিগৰি ইহঁত অহা তেজবোৰৰ ৰং বলিৰ তেজতকৈ কিছু পৰিমানে বগা হব পায় হাঁহ, বজাৰত বধ কৰা জীৱবোৰৰ ক্ষেত্ৰত বোধয় শাস্ত্ৰৰ এটি কথা উল্লেখ ইমা কৰিব পাৰি। যেনে কৈে শৰীৰ মাধ্যম খলুধৰ্ম সাধনম্। ভুল যেি