পৃষ্ঠা:নাম-মালিতা.djvu/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২১ পাউক প্ৰমাণে হৰিৰ প্ৰসাথে চিৰকাল জীৱস্তোক। সদয় হৃদয় তেন্তে মহাশয় দিল। তাক অনুমতি। সৰ্ব্ব শাস্ত্ৰ সাৰ নাম মালিকাৰ পদ কৰিবাক প্ৰতি। ৫৯। তন তাজ্ঞা বাণী মনে অনুমানি কৰিয়া গ্ৰন্থ বিচাৰ। যেন লৈগে মনে পৰম যতনে ৰচিলো আমি পয়াৰ না বৃদ্ধ লোক ক্ষমিয়োক মোক পদত দেখি দূষণ। সহ সব মহা মনোহৰ ক্ষমাসে মাত্ৰ ভূষণ। ৫৯১। মনুষ লোকত মোত পৰে মহা মুখ নাহি আন জন। নাহি একো গুণ মুহিকো নিপুণ অতিশয় কুণ্ঠ মন। কৰ প্ৰসাদে গুৰু অবসাদে তথাপি ৰচিলো পদ। আহ্মাৰ দোষ ক্ষমি একমনে শুনিয়োক সভাসদ। ৫৯২।