দলৰ পৰা নামি আহে পাৰ্ব্বতী আই দণ্ডে চত্ৰে কাঢ়ি ললে মহাদেৱে পাই॥ দ’লৰ পৰা নামি আহে পাৰ্ব্বতী আই দুখীতক দয়া কৰা হৃদয় জুৰাই॥ মহাদেউৰ দৌল খহি বৈ আছে নৈ প্ৰাণীৰ বিকল দেখি আই আছে বৈ॥