শীতলা শীতলা বুলি যিটো নৰে এ সঘনে শীতলাক স্মৰে বিষ্ফোটক ভয়ে শীৰ্ষে ভগৱতী তাকে পৰিত্ৰাণ কৰে॥ শীতলা গোসানী আই শীতলা চৰণতে ৰতি দান্তে তৃণ ধৰি কেশ আগে কৰি আই কে মাগো জীৱদান॥
⸻