এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নগা কোঁৱৰৰ
ভাৱৰীয়া সকল
পুৰুষ |
তিৰোতা | ||
চুহুম্মুঙ্গ— | আহোম স্বৰ্গদেউ | অহল্যা—ছুটিয়াৰ মহাৰাণী | |
চুক্লেনমুং চুৰেংমুং |
} | —ঐ পুত্ৰ | ৰেণুকা— ঐ কন্যা নগা কূঁৱৰী—চুপিমফা স্বৰ্গদেওৰ |
খেনলুং— চাওফ্ৰাচেংমুং— |
ঐ বুঢ়াগোহাঞী ঐ বৰ গোহাঞী |
নিৰ্বাসিত কুঁৱৰী, কণচেং বৰপাত্ৰ গোহাঙ্গীৰ মাক | |
চেংলুং-পিছত কণচেং |
} | ঐ বৰপাত্ৰ গোহাঞী নগা কোঁৱৰ |
লুকু—ঐ পালিত নাগিনী ছোৱালী |
বৰবৰুৱা— | ঐ সেনাপতি | মূলা গাভৰু—চাও বৰগোহাঞী দেৱৰ পত্নী | |
কাছিতাৰা বা বঙাল |
} | ছুটীয়া ৰজাৰ মন্ত্ৰী পিছত ছদ্মবেশী— পাঠান সেনাপতি |
হেলা গাভৰু ডেকাৰজা চু কোঁৱৰৰ মাদৈ |
বৰতি— লেহেতীয়া— তুৰবক্ |
আহোম চোৰাংচোৱা মুছলমান খোজা শ্ৰেণীৰ আহোম লিগিৰা পাঠান সেনাপতি |
মুহিলা—মূলা গাভৰুৰ লিগিৰি লিগিৰি বিলাক, আয়তী বিলাক, নাৰী সেনা, চেংদৈ ইত্যাদি | |
হুছেন খাঁ তাজু খাঁ |
} | ঐ সহকাৰী | |
নছৰৎ খাঁ গিয়াছ বেগ |
} | ঐ কৰ্মচাৰী | |
খুণবাও— | এটা নগা |
পানী ফুকন, নাওবৈচা ফুকন, হিলৈবৰুৱা, লাল গোহাঞী, সোন্দৰ, গৰখীয়া লৰা, নগা, পাঠান সেনা, আহোম সেনা ইত্যাদি