পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নগা কোঁৱৰৰ

ভাৱৰীয়া সকল

পুৰুষ

তিৰোতা

চুহুম্মুঙ্গ— আহোম স্বৰ্গদেউ অহল্যা—ছুটিয়াৰ মহাৰাণী
চুক্লেনমুং
চুৰেংমুং
} —ঐ পুত্ৰ ৰেণুকা— ঐ কন্যা
নগা কূঁৱৰী—চুপিমফা স্বৰ্গদেওৰ
খেনলুং—
চাওফ্ৰাচেংমুং—
ঐ বুঢ়াগোহাঞী
ঐ বৰ গোহাঞী
 নিৰ্বাসিত কুঁৱৰী, কণচেং
 বৰপাত্ৰ গোহাঙ্গীৰ মাক
চেংলুং-পিছত
কণচেং
} ঐ বৰপাত্ৰ গোহাঞী
নগা কোঁৱৰ
লুকু—ঐ পালিত নাগিনী
  ছোৱালী
বৰবৰুৱা— ঐ সেনাপতি মূলা গাভৰু—চাও বৰগোহাঞী
  দেৱৰ পত্নী
কাছিতাৰা
বা বঙাল
} ছুটীয়া ৰজাৰ মন্ত্ৰী
পিছত ছদ্মবেশী—
পাঠান সেনাপতি
হেলা গাভৰু ডেকাৰজা চু
 কোঁৱৰৰ মাদৈ
বৰতি—
লেহেতীয়া—
তুৰবক্
আহোম চোৰাংচোৱা
মুছলমান খোজা
শ্ৰেণীৰ আহোম লিগিৰা
পাঠান সেনাপতি
মুহিলা—মূলা গাভৰুৰ লিগিৰি
 লিগিৰি বিলাক, আয়তী বিলাক,
নাৰী সেনা, চেংদৈ ইত্যাদি
হুছেন খাঁ
তাজু খাঁ
} ঐ সহকাৰী
নছৰৎ খাঁ
গিয়াছ বেগ
} ঐ কৰ্মচাৰী
খুণবাও— এটা নগা

 পানী ফুকন, নাওবৈচা ফুকন, হিলৈবৰুৱা, লাল গোহাঞী, সোন্দৰ, গৰখীয়া লৰা, নগা, পাঠান সেনা, আহোম সেনা ইত্যাদি