পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
[ ৩য় অঙ্ক
নগা কোৱৰ


তাৰ কি অ’ল? কিয় কুছি ক’ল। লুকু দেকি পালে কি অব। তাৰ কুচি কলে দেকি পালে লুকু কেতিয়া নাতাকে। লুকু বলিয়া অব। লুকু পালে বয় লাকে দেকি তাকে আমাৰ দৰিব নকল। লুকু কিয়ানি তাৰ যুৱা দেকি পুৱা নাই! যাওঁ,— লুকু ক’ত তাকিছে দেকিম।

[ যাব খুজি পৰ্বতৰ টিঙলৈ মন কৰি ৰ লাগে ]

 অ অউ কুন? পৰ্পত উপৰ তৰ লাকি কিবা দেকিছে। দেও না মানু! কুন! অ লুকু—নয়—লুকু! তুৰ দেকি পালে লুকু! তাত পৰা তাকে দেকিছ! লুকু! লুকু।

[ লুকুৱে এবাৰ বাপেকৰ ফালে চাই চকু ঢাকি কান্দে।]

 কানিছ সুকু? তাত পৰা কি দেকিছ?

 লুকু—কাকাটি অউ কুছি কলে—

 খুণবাও—আয়িব লুকু! ইতিয়া আয়িব।

 লুকু—আৰু কাকাটি নায়ে বুবু।।

 খুণবাও—আয়িব লুকু। আমাৰ আনি দিব। নামি আ লুকু।

 লুকু—-বুবু [ কান্দে]

 খুণবাও—উস্ [ চকু পানি মুছি ] লুকু!

 লুকু— কাকাটি মূৰ পালে কং কৰি কুছি কলে-

 খুণবাও—তুৰ পালে তাৰ কং অব নুৱাৰে লুকু। তাৰ আক আয়িব! নামি আ লুকু! আমাৰ একলক্ বাই তাৰ পালে দৰি আনিম।