পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
[২য় অঙ্ক
নগা কোঁৱৰ

 চুহু—যাওক ডাঙৰীয়া। ঈশ্বৰে আপোনাৰ মঙ্গল কৰক। যোৱা কটকী, বৰতিৰ মৃতদেহ সৎকাৰৰ কাৰণে গায়নহঁত আহক আৰু লিগিৰাহঁত আহক। তুমিয়েই মোৰ আজ্ঞা শুনাই আহাঁ।
 [ চাওফ্ৰাচেংমুং আৰু কটকীৰ প্ৰস্থান। ৰজা মৌন হৈ বহি থাকে।]