অঙ্কন
নক্সা-মন্দিৰ বিশ্ব সংসাৰ নক্সা-খনিকৰ বিশ্বেশ্বৰ। নক্সা আজি সকলো আমি নক্সা সাজিছোঁ সি হাতৰ! নক্সায় নক্সায় আহিছোঁ গৈছোঁ নক্সাৰ কোনে পায় হিচাব পৰ নক্সাৰ ভাবে নক্সা ধৰি “নক্সা”⸺ওলাল সমাজৰ!!
⸻