পৃষ্ঠা:ধৰম গিত.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰম সাস্ত্ৰৰ গুন।

এই ৰুপ পাপিৰ গতি নাই,
বায়ুত পতান উৰি জাই,
তেনে হই ইস্বৰৰ সোধ,
দুষ্টৰ দসাই প্ৰভুৰ ক্ৰোধ।

তেঁৱে দেখিচে প্ৰিথক
পুন্য পাপি মানুহক,
ইটৰ স্বৰগত নিবাস,
সিটৰ গতি সৰ্বনাস।  ন.ব.


Precious Bible! what a treasure.
Treasure, 8, 7.

প্ৰিয় পুথি, ধন অমুল্য
 তোমাৰ বাক্যত পৰ্হি চাঁও;
অস্ত্ৰ সস্ত্ৰ তাত অতুল্য,
 আহাৰ দৰবকো পাঁও;
ই দৰিদ্ৰ, লোকে কই,
তেও মোৰ ইচা সম্পুৰ্ন হই।

জি সংসাৰিক লোক নে জানে,
 ইয়াত এনে মোৰ আহাৰ;