পৃষ্ঠা:ধৰম গিত.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

 ব্ৰেথাতে আয়ুস জাই;
 ধৰা প্ৰভুৰ চৰন,
প্ৰভুৰ আগ্য়া সিৰে ধৰি
জাবা গৈ ঘোৰ সংসাৰ তৰি।   ৰ. স.

৭১

Prayer to Christ for Salvation.
Wilmot. 8, 7.

ধন্য, ধন্য প্ৰভু তুমি,
 অতি ধন্য তোমাৰ নাম,
সৰ্ব কালে চৰনতে
 পৰি তোমাৰ স্তুতি গাম।

আমাৰ পাপি মনক তুমি
 কৰা প্ৰেম জৰিত বন্ধন,
সকল দুখত কৰি মুক্তি
 সেসত কৰা পাপ খণ্ডন।

 তুমি প্ৰভু অতি দায়াল,
 গুচাওক আমাৰ পাপৰ ভাৰ,
অন্ত কালে আপোন হাতে
 কৰা মহা নদি পাৰ।   জ. দ.