পৃষ্ঠা:ধৰম গিত.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
খ্ৰিষ্টলৈ প্ৰাৰ্থনা।


৬৬

Prayer to Christ for Salvation.

Visitation. 8, 7.

আমি পাপিক দায়া কৰা,
 ওহে য়িচু ক্ৰিপাবান,
তুমি নৰৰ নিস্তাৰ কৰ্তা
 প্ৰভু সৰ্বশক্তিমান;
সুনা য়িচু, সুনা য়িচু,
সুনা আমাৰ নিবেদন।

আমি অনেক অপৰাধি
 আমাৰ পাপৰ অতি ভৰ;
মৰ্ত্যে কাৰো সক্তি নাহি
 আমাৰ নিস্তাৰ কৰিবৰ,
য়িচুত বাজে কাৰো নাহি
 সক্তি অমিক তাৰিবৰ।

সুনি আচোঁ কুসল বাত্ৰা,
 সুনি আচোঁ তোমাৰ নাম,
তুমি পালা দুখ অসিমা
 কৰি পাপিৰ পৰিত্ৰান,