পৃষ্ঠা:ধৰম গিত.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৫৬

The awakened Sinner's Prayer.
Pleading Savior. 8, 7.

হে প্ৰভু, মই অতি পাপি,
 দিয়া কৰি মোক উপাই;
নৰকলৈ ভয়ে কঁপি
 সদায়ে ধাতু উৰাই;
  পথ দিয়া মোক,
 প্ৰভু য়িচু দায়ামই।

সংসাৰ অৰন্যৰ মাজতে
 পৰি আচোঁ, বাট নে পাই;
জতে ততে চইতান হাতে
 বেৰি আচে সৰ্বদাই;
  কি কৰিম মই?
 কোনে দিব মোক উপাই?

ক্ৰিপা কৰি প্ৰভু চোআ,
 সংসাৰ এই ঘোৰ সমৰত;
পাপ খেমালৈ মোকো লোআ,
 নেৰিবা ঘোৰ মৰনত;