পৃষ্ঠা:ধৰম গিত.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
খ্ৰিষ্টৰ উঠান।

ওপৰে তেঁওৰ উঠন দেখা,
 আপোনাৰ পিত্ৰিৰ বাস;
তেঁওৰ দেহাত ঘা জসস্যাৰ চিন,
  নয়নত জই প্ৰকাস।

তাত বহিল ত্ৰান কৰ্তা মহিম
 ইস্বৰৰ মাজ আসন;
আমাৰ ম্ৰিত্যুঞ্জই য়িচুৰ তল
 বস হৈচে সুিষ্টি খন।

হে মৰ্ত্য লোক, তেঁওৰ প্ৰেম অতুল্য
 গুন কিৰ্তন কৰা গান;
মধুৰে অম্ৰিত স্বৰ উঠোক
 জেন পৰে প্ৰভুৰ কান।

ৰেপনি ধৰা গুনা বাই,
 দুত সকল স্বৰ্গধাম;
জলন্ত প্ৰেমে কৰা স্তও
 ইমানুএলৰ নাম।  ন. ব.