পৃষ্ঠা:ধৰম গিত.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
খ্ৰিষ্টৰ দুখ ভোগ।

খ্ৰিষ্টে কৰি য়ৰ্দানৰ পাৰ,
জাবা তৰি, গুচিব ভাৰ।  ব. দ.

৪৭

The Sufferings of Christ.
Gospel Call. 8, 7.

হাই হাই, প্ৰভু, কি নো প্ৰেমত
 এৰিচিলা স্বৰগ সুখ;
জগত মুক্তি হবৰ কাৰন
 ভুঞ্জিচিলা মহা দুথ;
দেখি তোমাৰ সেই জাতনা,
 সুৰ্জেও ঢাকিচিলে মুখ।

হাতত গজাল, ভৰিত গজাল,
 আৰু কোখত জাঠিৰ ঘা,
সেই সময়ত পিত্ৰিৰ আগত
 নিবেদিলা প্ৰাৰ্থনা;
বোলা সদাই, পিত্ৰি, পিত্ৰি,
 খেমা, পাপিৰ দোস খেমা।

হে প্ৰভু, এই প্ৰেমত তুমি
 আমাক কৰা আকৰ্সন,