পৃষ্ঠা:ধৰম গিত.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
য়িচু ত্ৰান কৰ্তা।

৪৬

Salvation through Christ.
Amherst. H. M.

 আঁহা, কৰোঁ স্তুতি
 খ্ৰিষ্টৰ চৰন ধৰি,
 তেহে পাবা মুক্তি
 জাবা সংসাৰ তৰি;
চাপি ধৰা প্ৰভুৰ চৰন,
সিঘ্ৰে তৰা, ন হৈ মৰন।

 দেখা, আমাৰ দিন গল,
 আয়ুসৰ পৰিল সেস,
 প্ৰিথিবি এৰা হল,
 চলি জাঁও পিত্ৰিৰ দেস,
থাকিম সুখে ত্ৰিপিতি পাই,
অম্ৰিত মুখে মধুৰ গান গাই।

আঁহা সকল পাপি,
প্ৰিথিবিৰ বন্ধু লোক,
ধৰা ওচৰ চাপি,
খণ্ডিব পাপৰ সোক;