পৃষ্ঠা:ধৰম গিত.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
য়িচু ত্ৰান কৰ্তা।


 সেসত দুখ অসিমা
 অনেক সাস্তি কৰি
কাঠত তুলি মাৰিলে।  ব. দ.

৪৫

Salvation through Christ.
Carmarthen. H. M.

 য়িচু ত্ৰান অধিকাৰ
 ধৰা জানি চৰন;
 জাৰ মন নিস্তাৰ হবৰ,
 পাপৰ ভয়ে মৰন;
আস্ৰই ললে নিস্তাৰ দিব,
বিস্বাসি লোক সদাই জিব।

 য়িচু পাপিৰ কাৰন
 অৱতাৰ ধৰিলে,
 অতি দুখ পাই মৰন
 প্ৰাচিত দান কৰিলে;
সেই প্ৰভু জগতৰ স্বামি,
সদাই স্তুতি কৰোঁ আমি।  ব. দ.