পৃষ্ঠা:ধৰম গিত.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
য়িচু ত্ৰান কৰ্তা।

৪২

The Atonement of Christ.
Gospel Trumpet. 8, 8, 4.

জেতিয়া আমি পাপে নষ্ট
হৈ গৈচিলোঁ, নৰ্কে ভ্ৰষ্ট,
তেতিয়া কোনো ন হল ইষ্ট;
কেৱল প্ৰভু ইস্বৰ নন্দন
গুচাবলৈ পাপৰ বন্ধন,
 হল অৱতাৰ।

পাচে মানুহ জনম ধৰি
পেৰেঙ্গ কাঠত প্ৰানক এৰি,
পাপৰ মহা প্ৰাচিত কৰি,
ম্ৰিত্যু চইতানকো জিনি,
তেঁওৰ তেজেৰে পাপিক কিনি
 দিলে নিস্তাৰ।

তেন্তে চেতন হোআ, হে মন,
নিৰসা হৈচা কি কাৰন?
সুনা প্ৰভুৰ প্ৰিয় বচন,
আস্ৰই মোত জিবিলাকে লই,