পৃষ্ঠা:ধৰম গিত.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
য়িচু ত্ৰান কৰ্তা।

৪০

Salvation through Christ.
Visitation. 8, 7.

দেখা, ইস্বৰ প্ৰকাসিলে
 কিনো প্ৰেমে কৰি ত্ৰান,
আপোন হিয়াৰ প্ৰিয় তনই
 জগতলৈ দিলে দান।

তেঁওতে আস্ৰই জি পাপি লই,
  হব মহা পৰম সুখ,
মৰন সমই গুচি সংসই,
 খণ্ডা জাব মনৰ দুখ।

জেতিয়া চইতান ঘোৰ অগ্নি বান
 মাৰি থাকে অতিসই,
তেতিয়াও নৰে ভই ন কৰে,
 বিশ্বাসে কৰিব জই।

সুৰ্জ চন্দ্ৰ জি নখ্যত্ৰ
 থাকিচে আকাস মণ্ডল;
সি ঢুকাব, ঠাই নে পাব,
 জেতিয়া গুচিব সকল।