পৃষ্ঠা:ধৰম গিত.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
য়িচু ত্ৰান কৰ্তা।

দেসে দেসে জাত্ৰা
কৰি দিবা বাত্ৰা;
জি জন বিস্বাস কৰে,
পাপৰ পৰা তৰে,
জি জন অবিস্বাসি,
সেয়ে হই বিনাসি।

এতিয়া স্বৰ্গোপৰে
তেঁও বসতি কৰে;
তাৰ ওলাব সেসে
আহি প্ৰতাপ ভেসে;
জিব ম্ৰিত্যু নৰে,
উঠি ভেঁৰিৰ স্বৰে,
তাতে প্ৰেমৰ ৰাগি
হমগৈ প্ৰভুৰ ভাগি।

জই জই প্ৰভু য়িচু, নিস্তাৰ পেৰেঙ্গনি,
য়ৰ্দান সিপাৰ গলে কৰিম জয়ধনি।
 ন. ব.