পৃষ্ঠা:ধৰম গিত.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
য়িচু ত্ৰান কৰ্তা।

৩৭

Christ our Deliverer.
Gospel Call. 8, 7.

দোৰ্ঘোৰ এই অৰন্যৰ মাজত
 কোনে আমাক ৰাখিচে?
কোনে আমাৰ সকল দুখত
 স্বস্ত কৰি ৰাখিচে?
 অকল খ্ৰিষ্টে
 সদাই আমাক পালিচে।

জেতিয়া আমাক পাপৰ জৰিত
 বন্ধন কৰি ৰাখিচিল,
তেতিয়া কোনে আমাৰ কাৰন
 পাপৰ জৰি কাটিছিল?
 অকল খ্ৰিষ্টে
 পাপৰ বন্ধন মেলিছিল।

জেতিয়া আমাৰ মনত অতি
 দোৰ্ঘোৰ এন্ধাৰ আচিলে,
কোনে আমাক ক্ৰিপা কৰি
 সকল এন্ধাৰ গুচালে?