পৃষ্ঠা:ধৰম গিত.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
য়িচু ত্ৰান কৰ্তা।

৩৬

Christ our Physician.
Warren. 7.

প্ৰভু য়িচু মহা বেজ,
পাপৰ ঔসধ আপোন তেজ
দিলে পাপিৰ কাৰনে,
জগত সংসাৰ তাৰনে।

সেই অমুল্য তেজে ধুই
গুচাই আমাৰ পাপৰ জুই,
কৰে সুধ পবিত্ৰ প্ৰান,
মৰি পাইগৈ স্বৰ্গ থান।

প্ৰভু মহা দয়ালু,
থেমাৱন্তো ক্ৰিপালু,
তেঁওত বাহিৰে নাই উপাই,
স্বৰ্গ মৰ্ত্য কোনো ঠাই।

ধন্য, ধন্য প্ৰভুৰ নাম,
সকল দেসে কৰোক গান,
পুৰ হওক প্ৰভুৰ মনৰ আস,
হওক চইতান পাপিষ্ট নাস। ব. দ.

গ ২