পৃষ্ঠা:ধৰম গিত.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
য়িচু ত্ৰান কৰ্তা।


প্ৰভু য়িচু তোমাৰ মৰন
 পাপিক উধাৰ কৰা হই,
ধৰোঁ আমি তোমাৰ চৰন,
 তুমি আমাৰ সত্য আস্ৰই।
 জ. চ. বং

৩৪

Christ a sure Refuge.
Come, ye disconsolate, 9, 10.

য়িচুৰ মৰনতে ললে আস্ৰই,
বিস্বাসে নাসিব মৰনৰ ভই;
বন্ধু হৈ থাকিলে ইস্বৰ তনই,
জগত খন সত্ৰু হৈ থকাত কি হই?

য়িচু এই নামে সকলোকে জই,
ৰন জুধ ন কৰাতো সত্ৰু বস হই;
তেজেৰে পাপিক তেঁও কৰিলে ক্ৰই,
মৰনৰ দোআৰাইহে জিৱন অখই।

য়িচুৰ কৰুনা জি কৰে বিনই
তেঁও তাক উধাৰিব মহা প্ৰলই;
বিস্বাসি হৈ তেঁওত জি থাকে নিচই,
সেসত বাস কৰিব সুখৰ আলই।
 বং