পৃষ্ঠা:ধৰম গিত.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
য়িচু ত্ৰান কৰ্তা।

৩১

Christ the Savior.
Rochester. C. M.

জগতৰ প্ৰভু খ্ৰিষ্টৰ প্ৰেম
 দুৰ কৰে ম্ৰিত্যুৰ ভই,
আন আসা কৰা সকল ভ্ৰম,
 তেঁওৰ নামে পাপৰ খই।

ভই কৰে পাপলৈ জি জন,
 মনতে হই চঞ্চল,
সি চিন্তিব য়িচুৰ চৰন,
 পাপ গুচে চিত নিৰ্মল।

আন আসা সকল গুচিব,
 তেঁওৰ নামত কৰা সাৰ,
চিত সান্ত তেহে থাকিব,
 উপাই নাহিকে আৰ।

হে খ্ৰিষ্ট, আমি মৰিলে
 গুচুআ অন্তৰ দুখ,
দুস্কৰ্মৰ সাস্তিত তাৰিলে
 সেসত স্বৰগৰ সুখ।  বং