পৃষ্ঠা:ধৰম গিত.djvu/৪২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩

খাই লৰ মৰাত য়ান গাৰিৰ ওপৰৰ পৰা তললৈ পৰাত বুকত বৰকৈ খুন্দা খালে। পাচে তাক ঘৰলৈ বোআই অনালত তাৰ ওচৰলৈ এজন ডক্তৰক বেগতে পঠিওআ হল। ডক্তৰে আহি দেখিলে, সি এনেহে দুখ পালে, জে আৰু স্বস্ত হব নোআৰে; তেও তাৰ সেই বেদনা গুচাবলৈ অনেক প্ৰকাৰ উপাই কৰা হৈচিল, কিন্তু নোআৰিলে। পাচে তাৰ প্ৰিয় সিখ্যকেও তাক বেগতে দেখিবলৈ আহি এই বুলি কলে, মোৰ প্ৰিয় য়ান, মই দেখোঁ‌ জে তুমি অলপ সমই মাথোন জিবা। য়ানে তে- তিয়া হাসি মুখেৰে উতৰ দি কলে, অ, তেন্তে মোৰ প্ৰিয় ত্ৰান কৰ্তাক মই দেখিবলৈ পাম; জি জনে মোৰ প্ৰান ৰখ্যা কৰিবৰ কাৰনে পেৰেঙ্গেনিত পান চাৰিলে, সেই য়িচুক দেখি- বলৈ পালে মোৰ কি সুভাগ্য! অৰুি পাপি জি মই, মোলৈ তেঁও জি অনুগ্ৰহ কৰিলে, মই তাৰ কাৰনে কেনে ধন্যবাদ আৰু স্তুতি কৰিম!

 পাচে তিন দিন তিনি ৰাতি সেই অতি দুখক