পৃষ্ঠা:ধৰম গিত.djvu/৪২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১


সক্তি হই। পাচে সিবিলাকে দুয়ো আঁঠ পাৰিলত সিখ্যকে বৰ ইচাৰে প্ৰভু য়িচুত প্ৰাৰ্থনা কৰিলে; আৰু য়ানক প্ৰভু য়িচুএ অনুগ্ৰহ কৰি জি দায়া দান দিলে, সেই মহত ক্ৰিপাৰ কাৰনেও সিখ্যকে প্ৰভুক অনেক ধন্য- বাদ কৰিলে। অস, য়ানে তেতিয়া কেনে হৰ্স মনেৰে গমিলে! আনন্দৰ আৰু ক্ৰিতগ্য- তাৰ চকুৰ লো আপোনাৰ গালে দি বৈ তল- লৈ পৰিল। আৰু আপুনি সকলো মহা সঙ্কাৰ ভয়ৰ পৰা ৰখ্যা পাই আপোনাৰ ঘৰলৈ উভ- তি আহি সেই জি ভাল তিৰোতা তাৰ মিতিৰ আচিল, তাইৰ আগত লৰি গৈ কলে, এতিয়া হলে মোৰ মনত আনন্দ পাইচোঁ, কিয়নো মই ত্ৰান কৰ্তাক পালোঁ‌! পাচে য়ানৰ বে- লেগ আচৰন সকলোৰে আগত প্ৰকাস হল; আৰু য়ানে তেতিয়াৰে পৰা সপত খোআ নাই, আৰু আপোনাৰ মুখৰ পৰাও অনুচিত কথা কেতিয়াও কোআ নাচিল। যানে ধৰম সাস্ত্ৰত এই এক কথা বুজি পালে, জে সকলো মিচা কথা চইতানৰ দোআৰাই হই, আৰু সেয়ে