পৃষ্ঠা:ধৰম গিত.djvu/৪১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 পি। ইস্বৰে তোমাক দণ্ড দিব।

 য়া। তুমি ইস্বৰ বুলি জি কৈচা, এয়ে মোৰ মনত পৰিচে হই, কিয়নো তুমি কো- আৰ দৰেই তিৰোতা এজনিএও এবেলি মোক কৈচিলে; কিন্তু মই তালৈ ভই ন কৰোঁ‌; সেই জন মানুহক মই কেতিয়াও দেখা নাই, আৰু তেঁও মোকো নে জানে, এই কাৰনে তালৈ একো ভই নাই। বাৰু পিতৰ, তুমি আঁহা- চোন, তেঁও নো কোন জন, আৰু কত থাকে, তাকে মোত কোআহি।

 পি। অস অস, য়ান, তুমি ইমান অগিয়া- নি নে? ইস্বৰ মানুহ ন হই; জি জনে এই প্ৰিথিবি আৰু আমি দেখা সকলো বস্তুকে স্ৰজন কৰিলে, ইস্বৰ সেই জন; বেলি জোনৰ ওপ- ৰেও স্বৰগত তেঁও থাকে।

 য়া। এইমান ওপৰে দুৰৈত থাকে জদি, তেঁও মোক কেনেকৈ জানিব পাৰে?

 পি। মোৰ বোপাই আয়ে মোত কই, বো- লে, ইস্বৰে সকলোকে দেখে আৰু সুনে, আৰু

স্বৰুপকৈ সকলো দুৰাচাৰিকে তেঁও দণ্ড দিব।