পৃষ্ঠা:ধৰম গিত.djvu/৪১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

পুতিলে, তাৰ ওচৰত এটা বৰ সিল আচে, সেই সিলৰ নাও বাৰ্কৰ সিল। তেঁওৰ সৰিল থোআ ঠাই দেখাবৰ নিমিতে আন একো চিন নাই; কিন্তু তেঁওৰ সৰিল হেৰাল, পাব নো- আৰে, ইয়াক ভবাৰ একো কাৰন নাই; কি- য়নো ইস্বৰে জি সক্তিএৰে প্ৰথমতে মানুহক স্ৰজিলে, সেই সক্তিএৰে সকলো মৰা লোকৰ সৰিল পোতা বা পোৰা হওক, বা ভস্ম হৈ উৰি জাওক, তেও সেসৰ মহা সোধৰ দিনত আটাইকে চপাই তুলিব।