পৃষ্ঠা:ধৰম গিত.djvu/৪০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮

কলৈ কি পঠিয়াবা বোলাত, চাহাবে কলে, মোৰ মাতিবলৈ বল নাই, আতৰঙ্গিয়া হৈ- চোঁ; দেও পুজকৰ মন পালটি ইস্বৰক ভজা এই সুভাগ্য কালত মৰিবৰ ইচা নাই, তথা- পি ইস্বৰে মাতিলে, কেনেকৈ থাকিব পা- ৰিম? মোৰ জিৱন ইস্বৰৰ হাতত থৈচোঁ। ইয়াৰ পাচে অলপ আৰুৰুত খুআলে, তে- তিয়া কিচু স্বস্ত হলত মেম চাহাবে কলে, মই তোমাত জি জি অপৰাধ কৰিচিলোঁ, তাৰ দাই খেমা কৰা। চাহাবে কলে, তো- মাৰ একো দাই নাই, কিন্তু মোৰেহে অপ- ৰাধ খেমিব লাগে।

 পাচে ডক্তৰ চাহাবে কথা ন কৈ সুই থা- কিবলৈ হুকুম দিলে; কিন্তু দুখৰ কাৰনে টোপনি নাহে; আৰু বৰ বতাহেৰে সমুদ্ৰৰ খলকত জাহাজ ঢলঙ্গ পলঙ্গ কৰি থকাত চা- হাবে কিচু সুথিল নে পালে। ৰাতি পুআ- ৰে পৰা ধুমুহা বাৰ্হিলত জাহাজৰ আটাই- বিলাকে দুখ অৰুি বৰ ভই পালে, কিন্তু চা- হাবৰ দুখ বা সুখ একোৰো চিন্তা নাই কিয়া