পৃষ্ঠা:ধৰম গিত.djvu/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১

এই দেসৰো লোক অনেকে
 পোআ নাই মুক্তিৰ উপাই,
নু সুনিলেও সুভ বাত্ৰা
 ভ্ৰমে সংসাৰৰ চিন্তাই;
  দায়াল য়িচু,
 মুক্তিৰ পহৰ দিয়োক দেখাই।

এনে মুক্তি ৰুপ জিৱনে
 জদি হেলা কৰিম মই,
তেন্তে মহা বিচাৰ দিনে
 কোন জনত ধৰিম আস্ৰই?
  সকলোতকৈ
 মইহে দুসি হম নিচই।

॥ ইতি ॥