পৃষ্ঠা:ধৰম গিত.djvu/৩৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০

নিচিনা তুমি মন কৰিচিলা, তাতে মই বৰ সন্তোস পাইচোঁ; ইস্বৰে তোমাক দায়া কৰোক, আৰু নিতৌ নিতৌ তোমাৰ এনে গিয়ান বহাওক, তাতে পৰম সন্তোস হৈ থাকিবা।

~~~~~~~~

খ্ৰিষ্টলৈ সৰু লৰাৰ গিত।

Hymn of Praise for a little Child.

মই আচিলোঁ অন্য দেসি
 দেৱতা পুজকৰ জাত,
এতিয়া প্ৰভুৰ গ্ৰিহ বাসি
 সিকোঁ সত্য স্বৰ্গ পথ;
  ধন্য প্ৰভু,
 তুমি অনাথৰহে নাথ।

য়িহুদি লোকৰো ৰজা
 ভবিস্যতো বক্তা গন,
নতু অনেক দেসৰ প্ৰজা,
 নে পালে এই ক্ৰিপা দান;
  মোৰ নিচিনা,
 পোআ নাই এই পৰিত্ৰান।