পৃষ্ঠা:ধৰম গিত.djvu/৩৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮

খিব নোআৰি অসুয়া মনেৰে খিয়াল কৰা সেইটো বৰ পাপ; এই হেতুকে লোকক সদাই ভালকৈ হিত কৰিলেই তোমাৰ মনত আৰু হিংসা নে থাকে।

~~~~~~~~~

দ্বাদস কথোপকথন।

খঙ্গ দমনৰ উপাই।

How to suppress Anger.

 মা। আইটি হেৰা, তোমাক আৰু এটা কথা সোধোঁ, আজি ৰাতি পুআ তুমি জেতিয়া কিতাপ পৰ্হিচিলা, তেতিয়া বাবৰিএ তোমাৰ কিতাপৰ পাত এটা ফালিলে, তাতে তাইলৈ তোমাৰ খঙ্গ উঠিচিল নে?

 জি। হই আই, তাইলৈ খঙ্গ উঠিচিল;