পৃষ্ঠা:ধৰম গিত.djvu/৩৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২

 মা। তুমি কিয় কান্দি কান্দি উভতি আহিলা?

 জি। কিয়নো সিৱসুন্দৰিক মই বৰ ভালপাঁও, আৰু জানো সিৱসুন্দৰিএ জি কৰম কৰে তালৈ মন আনন্দ হৈ জাই; আৰু তোমাৰ মুখত সুনিচোঁ, জিবিলাকে ইস্বৰক পাহৰি এই সংসাৰত মন দিএ, সিহঁতলৈ ইস্বৰ তুষ্ট ন হই, এই কাৰনে কান্দি উভতি আহিলোঁ।

 মা। মোৰ কলিজা, তুমি ভাল বুজিচা; কিয়নো জিহতে মনত কুচিন্তা জনমে, তাতে ইস্বৰ তুষ্ট ন হই, কিন্তু জিহতে মনৰ কুভাবন গুচি সজ গিয়ান প্ৰকাস হই, তাতহে ইস্বৰ সন্তোস হই; আমি গান, বাজনা, নচা আদি অনুচিত কৰম নাচৰি, পৰ্হা সালিলৈ গৈ লিখা পৰ্হা সিকিব পাঁও; আৰু জি গিততে ইস্বৰে ভাল মতি জনমাই, এনে গিত গান কৰি ইস্বৰৰ স্তুতি প্ৰাৰ্থনা নিতৌ নিতৌ কৰিব লাগে