পৃষ্ঠা:ধৰম গিত.djvu/৩৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

 মা। তেঁও জগতৰ মানুহলৈ কি কৰিলে?

 জি। তেঁও আমাৰ সলনি, পাপৰ সাস্তি ভোগ কৰিলে।

 মা। কিমান কাললৈ দুখ ভোগ কৰিলে?

 জি। তেঁওৰ মিত্যু হোআলৈকে।

 মা। তেঁও মিত্যু হোআত আমাৰ কি উপকাৰ হৈচে?

 জি। আমাৰো, আৰু সকলো মানুহৰো পাপৰ প্ৰাচিত হৈচে।

 মা। জিবোৰে খ্ৰিষ্টত বিস্বাস কৰি পাপ কৰম তিয়াগ কৰে, সিবিলাকৰ কি গতি হব?

 জি। সিবিলাকৰ পাপ খেমা হোআত স্বৰগ ভোগ হব।

 মা। কোআচোন, যিচু খ্ৰিষ্টে সৰু সৰু লৰাবিলাকক দায়া কৰে নে?

 জি। হই আই, জেয়ে তেঁওত সৰন লই, তেঁও তাক দায়া কৰে।

 মা। হে মোৰ অইটি, পাপ কম তিয়াগ কৰি খ্ৰিষ্টত বিস্বাস কৰিবলৈ মানুহৰ এনে মন আচে নে?