পৃষ্ঠা:ধৰম গিত.djvu/৩৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰিতিয় কথোপকথন।

ইস্বৰৰ বিসই।

About God.

 মা। হেৰা আইটি, কোআচোন, জি জন ইস্বৰ তেঁও নো কেনেকুআ?

 জি। ইস্বৰ নিৰাকাৰ আত্মা।

 মা। তেঁওক কোনোএ কেতিয়াবা দেখা পাই নে?

 জি। কোনেও দেখিবলৈ নে পাই।

 মা। তেঁও কত আছে?

 জি। সকলো ঠাইতে অচে।

 মা। ইস্বৰৰ কি কি গুন আচে?

 জি। তেঁওৰ অসিমা প্ৰেম, অৰুি গিয়ান, সক্তিকে আদি কৰি অসিম সদ গুন আচে।

ক ২