পৃষ্ঠা:ধৰম গিত.djvu/৩৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 মা। ইস্বৰক প্ৰেম কৰাৰ কি চিন?

 জি। ইস্বৰৰ আগ্যা মনাই চিন।

 মা। পিত্ৰি, মাত্ৰিক প্ৰেম কৰাটো, কেনেকৈ বুজিব পাৰি?

 জি। পিত্ৰি মাত্ৰিৰ কথা মনাৰেই বুজিব পাৰি।

 মা। সকলোকে প্ৰেম কৰা কেনেকৈ বুজা জাব?

 জি। সকলোৰে হিত চিন্তিলেই প্ৰেম বুজা হব।