পৃষ্ঠা:ধৰম গিত.djvu/৩৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৫

 ওপৰত লিখা হেনৰিৰ প্ৰায়ে সকলো কথা বেৰন মেমৰ, আৰু স্মিথ চাহাবৰ পৰা গোটাই লিখিলোঁ।

 ভাৰত বৰিসৰ আৰু আচামত থকা সকল, হেনৰিৰ বিবৰন মনত সোঁঅৰা, আৰু তোমালোকেও গৈ তেনেকৈ কৰা। “কিয়নো গিয়ানৱন্তবিলাকে আকাসৰ দিপ্তিৰ দৰে প্ৰকাশ কৰিব, আৰু জিবিলাকে অনেক ধৰম পথলৈ ওভোতাই, সিবিলাকে সদাই তৰাবিলাকৰ দৰে দিপ্তি পাব”। দানিএলৰ ১২ আধ্যাৰ ৩ পদ।