পৃষ্ঠা:ধৰম গিত.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
খ্ৰিষ্টৰ স্তুতি।


 ভবিস্যত বক্তা তেঁও,
 বুজাইচে মোৰ কৈল্যান;
 মহা পোৰোহিতো,
 প্ৰাচিতৰ দিএ দান;
মিলন কৰা সমজুআ হই,
দণ্ডাৰ্হ পাপিৰ তেঁও আস্ৰই।

 তেঁও মেৰ পোআলি ৰুপ
 নম্ৰ হল বলিদান,
 নিজম দি ভেঁটিৰ কাস
 ভুঞ্জিলে অপমান;
সেসত তেঁওৰ গৰ্জন সিংহৰ দৰ
সুনিব কঁপি সত্ৰু নৰ।

 তেঁও সেনাপতি মোৰ,
 তেঁওৰ তৰোআল কৰঙ্গন,
 জই কৰি মহা ৰাজ
 উঠিব সিংহাসন;
তেতিয়া তেঁওৰ জয়ৰ ভাগি মই
অনন্ত ভোগ পাম সুখ আলই।
 ন. ব.

খ ৪