পৃষ্ঠা:ধৰম গিত.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫০

চিল, আৰু স্মিথ চাহাবৰ চকু সৰু হেনৰিৰ ওপৰত পৰিল। হেনৰিৰ পিঠি খোঁটালিৰ ফালে আচিল, তাতে হেনৰিএ ন জনাকৈ স্মিথ চাহাবে তাৰ সকলো কৰম দেখিবলৈ পাই, থিয় হৈ ৰৈ চাই, জি কোমল মাতেৰে সৰু হেনৰিএ বেহেৰাক তাৰ ভাসাৰে ধৰম সাস্ত্ৰৰ অৰ্থ বুজাইচিল তাকে সুনিলে।

 প্ৰথমতে স্মিথ চাহাবে জিহকে দেখিলে আৰু সুনিলে তাক বিস্বাস কৰিব নোআৰিলে, কিন্তু সেসত সেয়ে স্বৰুপ হই বুলি নিচয়ে জানিলত, তেতিথনতে তেঁও মেম চাহাববিলাকৰ ফাললৈ গৈ কলে, বোলে, পঁচিচ বচৰলৈকে আমি বঙ্গাল দেশত আচোঁ হই, কিন্তু এনে কৰম কেতিয়াও দেখা নাই। ইস্বৰৰ ধন্যবাদ হওক, কিয়নো ধৰম পুথিত লিখা আচে, লৰা আৰু পিয়াহ খোআ লৰাৰো মুখৰ পৰা আপোনাৰ স্তুতি সম্পুৰ্ন কৰিলা। মাথিএ লিখা ২১ আধ্যাৰ ১৭ পদ। হে স্মিথ মেম চাহাব, তুমি আপোনাৰ ওমলা বস্তু কেতিয়াও পেলাই নি দিবা নে? সেই পত্ৰ মোক দিয়া, তাৰে